"মোৰ ল'ৰা হ'ব লাগিছিল মূৰ পাক মাৰি ছিঙি পেলালোহেঁতেন।" চুবুৰীৰ ল'ৰা-ছোৱালীৰ দুষ্টালিৰ ক্ষেত্ৰত অনন্ত বৰুৱাই প্ৰায়েই এইষাৰ কথা কৈছিল।
আজি বৰুৱাৰ দুজনকৈ ল'ৰা সমাজত প্ৰতিষ্ঠিত,সমীহৰ পাত্ৰ। এজন চিকিৎসক, এজন অধ্যাপক। সেইজন বৰুৱাৰে শেষ বয়সৰ ঠিকনা পদপথ। বৰুৱা আজি নিৰ্বাক-নিষ্পন্দ।
ভাল লাগিল
ReplyDelete