কালৰ কুটিল গতি-অংশুমান ভূঞা

অসমীয়া সাহিত্যৰ চানেকি
1
"মোৰ ল'ৰা হ'ব লাগিছিল মূৰ পাক মাৰি ছিঙি পেলালোহেঁ‌তেন।" চুবুৰীৰ ল'ৰা-ছোৱালীৰ দুষ্টালিৰ ক্ষেত্ৰত অনন্ত বৰুৱাই প্ৰায়েই এইষাৰ কথা কৈছিল।
     আজি বৰুৱাৰ দুজনকৈ ল'ৰা সমাজত প্ৰতিষ্ঠিত,সমীহৰ পাত্ৰ। এজন চিকিৎসক, এজন অধ্যাপক। সেইজন বৰুৱাৰে শেষ বয়সৰ ঠিকনা পদপথ। বৰুৱা আজি নিৰ্বাক-নিষ্পন্দ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment