অসমীয়া সাধাৰণ জ্ঞান- কুইজ

Rinku Rajowar
0

১. ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনটো?

উঃ বট গছ

২. বৌদ্ধ ধৰ্মৰ পৱিত্ৰ গ্ৰন্থৰ নাম কি?

উঃ ত্ৰিপিটক

৩. বৰদিন কোন দিনা পালন কৰা হয়?

উঃ ২৫ ডিচেম্বৰ

৪. তামিলনাডুৰ মুখ্য নৃত্যৰ নাম কি?

উঃ ভাৰতনাট্যম

৫.ভাৰতবৰ্ষৰ প্ৰথম মিছ ৱৰ্ল্ড গৰাকী কোন আছিল?

উঃ ৰীতা ফাৰিয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)