অসমীয়া সাধাৰণ জ্ঞান- কুইজ

১. ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনটো?

উঃ বট গছ

২. বৌদ্ধ ধৰ্মৰ পৱিত্ৰ গ্ৰন্থৰ নাম কি?

উঃ ত্ৰিপিটক

৩. বৰদিন কোন দিনা পালন কৰা হয়?

উঃ ২৫ ডিচেম্বৰ

৪. তামিলনাডুৰ মুখ্য নৃত্যৰ নাম কি?

উঃ ভাৰতনাট্যম

৫.ভাৰতবৰ্ষৰ প্ৰথম মিছ ৱৰ্ল্ড গৰাকী কোন আছিল?

উঃ ৰীতা ফাৰিয়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send