সূৰ্য্যোদয় ঘ:৪/৪৮/১৭সূৰ্য্যাস্ত ঘ:৬/৮/১৭
ৰাশি :- সিংহ ৰাশি।
তিথি - শুক্লা তৃতীয়া।ঘ:- ৭/২/৫৮ লৈ।
নক্ষত্ৰ : - মঘা।ৰা:ঘ:- ৩/০/৪৮ লৈ।
শুভ সংখ্যা :- ৭/১
শুভ ৰং :- ৰঙা / ধোৱাৱৰণ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- অগ্নি কোনত নাই। ৰা:ঘ:- ৭/২/৪৮ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত। ৰা:ঘ:- ৭/২/৪৮ যোৱাত নৈঋত কোনত।
মৰণত দোষ:- এপদ।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ । ঘ:- ৭/২/৪৮ যোৱাত মুলা খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, কৰ্মত শুভ হব, কৰ্ম লাভ হব, যদিও সজাগ নহলে ক্ষতি হোৱা যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, লগত জ্ঞান লাভৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সংগীত শিল্পী সকলৰ শুভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি -সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব লগতে আজি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হব।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে গৃহ উন্নতি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শত্ৰু নাশ হব, যদিও সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ হব, মনত শান্তি বাঢ়িব, যদিও সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত যশস্যা বাঢ়িব, লগতে কৰ্মত আনৰ সহায় লাভ হব যদিও আজি সকলো দিশতে সজাগ হোৱাটো ভাল।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ লাভ কৰিব পাৰে, যদিও সজাগ নহলে অৰ্থ আগমন হ্ৰাস হব পাৰে লগতে , লগতে আজি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হব।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুযোগ লাভ হব, পদমৰ্য্যদা লাভ হব, যদিও সজাগ নহলে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481
হোৱাটচএপ - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ