হেঁপাহৰ নাতি-প্ৰতিভা দাস

Rinku Rajowar
0
আজি বহুদিনৰ মূৰত বুকুৰ কলিজা, নাতি নিৰ্মাণ আহিব। বৰ হেঁপাহতে আইতাই লাখুটিৰ ভৰত ৰৈ আছিল পদুলিমুখত। 
নিৰ্মাণ আহিলেই বুকুত সাবটি লৈ সাঁচি থোৱা মৰমবোৰ  চুমাৰে ওপচাই দিব বুলি । দুখৰ বিষয় যে নিৰ্মাণে দূৰৰ পৰাই ক'লে - "আইতা মোৰ কাষলৈ নাহিবা। মোক নুচুবা...!"


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)