হেঁপাহৰ নাতি-প্ৰতিভা দাস

আজি বহুদিনৰ মূৰত বুকুৰ কলিজা, নাতি নিৰ্মাণ আহিব। বৰ হেঁপাহতে আইতাই লাখুটিৰ ভৰত ৰৈ আছিল পদুলিমুখত। 
নিৰ্মাণ আহিলেই বুকুত সাবটি লৈ সাঁচি থোৱা মৰমবোৰ  চুমাৰে ওপচাই দিব বুলি । দুখৰ বিষয় যে নিৰ্মাণে দূৰৰ পৰাই ক'লে - "আইতা মোৰ কাষলৈ নাহিবা। মোক নুচুবা...!"


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send