নৈ:শব্দৰ গান-পূজা গোহাঁই

নিঃসংগ  বৰষা
যেন সুখৰ এলানি চলন্ত অতীত

দুচকুত অশান্ত  পৃথিৱীৰ ছবি
সাঁজৰ তৰাৰ  দৰে
আকাশত  সাৰপাই মমতাৰ অনুভূতি

হৃদয়ৰ  অনুভৱত আছে জানো
সীমাৰ  পৰিধি?

Post a Comment

Previous Post Next Post