Home পূজা গোহাঁই নৈ:শব্দৰ গান-পূজা গোহাঁই নৈ:শব্দৰ গান-পূজা গোহাঁই personঅসমীয়া সাহিত্যৰ চানেকি July 14, 2021 0 share নিঃসংগ বৰষাযেন সুখৰ এলানি চলন্ত অতীতদুচকুত অশান্ত পৃথিৱীৰ ছবিসাঁজৰ তৰাৰ দৰেআকাশত সাৰপাই মমতাৰ অনুভূতিহৃদয়ৰ অনুভৱত আছে জানোসীমাৰ পৰিধি? Tags কবিতাপূজা গোহাঁই Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ