২৫ আগষ্ট - আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
আজি হ'ল ২৫ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৩৭ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১২৮ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক---

* আজি উৰুগুৱেৰ স্বাধীনতা দিৱস।
* আজি ব্ৰাজিলৰ সৈনিক দিৱস।
* আজিৰ দিনটোতেই ১৬০৯ চনত গেলিলিঅ' গেলিলিয়ে ভেনেটিয়ান আইন ৰক্ষকসকলৰ আগত প্ৰথমটি টেলিস্কোপ উপস্থাপন কৰে।
* আজিৰ দিনটোতেই ১৮৩৫ চনত গ্ৰেট মুন হ'ৱেক্স শীৰ্ষক প্ৰৱন্ধটি দ্য নিউয়ৰ্ক ছানত প্ৰকাশ পায় য'ত জোনবাইত জীৱ উদ্ভাৱনৰ কথা ঘোষণা কৰা হয়।
* আজিৰ দিনটোতেই ১৯১৪ চনত লিউৱেনৰ কেথলিক ইউভাৰ্ছিটিৰ পুথিভঁৰাল জাৰ্মান আৰ্মিয়ে ধ্বংস কৰে।
* আজিৰ দিনটোতেই ভাৰতীয় প'ল' দলে ৱৰ্ল্ড কাপত বিজয় সাব্যস্ত কৰে।

সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)