আজিৰ দিনটোৰ বিশেষত্ব~১৭ আগষ্ট

©Admin
0
আজি হ'ল ১৭ আগষ্ট। গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৩৬ দিন থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক---

*আজি কলম্বিয়াৰ অভিযন্তা দিৱস।
* আজি বলিভিয়াৰ পতাকা দিৱস।
* আজি ইণ্ডোনেছিয়াৰ স্বাধীনতা দিৱস।
* আজিৰ দিনটোতেই ১৫৬০ চনত প্ৰটেষ্টান্ট ধৰ্মই স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় ধৰ্ম ৰূপে স্বীকৃতি লাভ কৰিছিল।
* আজিৰ দিনটোতেই ১৮৩৬ চনত ব্ৰিটিছ পাৰ্লিয়ামেন্টে জন্ম, মৃত্যু আৰু বিবাহৰ পঞ্জীয়ন গ্ৰহণ কৰিবলৈ লৈছিল।
* আজিৰ দিনটোতেই ১৯৭৭ চনত প্ৰথমখন ৰাছিয়ান জাহাজ আৰ্কটিকাই উত্তৰ মেৰুৰ পদাৰ্পণ কৰিছিল।
* আজিৰ দিনটোতেই ১৯৮৮ চনত পাক ৰাষ্ট্ৰপতি মহম্মদ জিয়াউল হক আৰু আমেৰিকান প্ৰতিনিধি আৰ্নল্ড ৰাফেলৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
* আজিৰ দিনটোতেই ২০০৪ চনত ছাৰ্বিয়াৰ ৰাষ্ট্ৰীয় সমিটিয়ে নতুন ৰাষ্ট্ৰীয় চিহ্ন গ্ৰহণ কৰিছিল।

সংগ্ৰাহক-কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)