Homeঅণুগল্প বিশ্বাসঘাতকতা-সংগীতা ডেকা August 24, 2021 0 সুন্দৰী গাভৰু পিংকীজনীয়ে অনাথ শিশুটিক তুলি তালি ডাঙৰ-দীঘল কৰিলে । কিন্তু আজি তাইৰ অন্তিম শয়নৰ ঠিকনা সেই উৱলি যোৱা ঘৰটোৱেই হৈ থাকিল । য'ত খট্ খট্ শব্দেৰে লাখুটি লোৱা পকা পকা চুলিৰ মৰম লগা শিশু সমূহে একেলগে সহবাস কৰে । Tags: অণুগল্প সংগীতা ডেকা