বিশ্বাসঘাতকতা-সংগীতা ডেকা

সুন্দৰী গাভৰু পিংকীজনীয়ে অনাথ শিশুটিক তুলি তালি ডাঙৰ-দীঘল কৰিলে  । কিন্তু আজি তাইৰ অন্তিম শয়নৰ ঠিকনা সেই উৱলি যোৱা ঘৰটোৱেই হৈ থাকিল  । য'ত খট্‌ খট্‌ শব্দেৰে লাখুটি লোৱা পকা পকা চুলিৰ মৰম লগা শিশু সমূহে একেলগে সহবাস কৰে ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send