সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১. Covid-19 ৰ পৰা মুক্ত হোৱা প্ৰথম ইউৰোপীয়ান দেশ কোন খন?
উঃ শ্লোভেনিয়া।
২.২০১৯চনত ক'ত বিশ্বৰ প্ৰথমটো ক'ৰণা ৰোগী চিনাক্ত হৈছিল?
উঃ চীনৰ য়ুহান ।
৩.covid-19ৰ লগত মোকাবিলা কৰিবলৈ কোন ৰাজ্যই COVA এপ মুকলি কৰিছিল?
উঃ পাঞ্জাৱ।
৪.Covid‌ শব্দটোত D মানে কি?
উঃ Disease.
৫.SARS COv-2 শব্দটোত R মানে কি?
উঃ Respiratory.
৬.Home quarantine থকা সকলৰ ওপৰত চকু ৰাখিবলৈ corontine এপ কোনে মুকলি কৰিছিল?
উঃ IIT Mumbai.
৭.কভিড টেষ্ট কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?
উঃ RT-PCR .(Reverse Transcription -Polymerase Chain Reaction).
৮.ভাৰতৰ ক'ত প্ৰথমটো কভিড কেছ পোৱা গৈছিল?
উঃ কেৰালা।
৯.ক'ৰণা ভাইৰাছক কোনে আৰু কেতিয়া মহামাৰী হিচাপে ঘোষণা কৰিছিল?
উঃ বিশ্ব স্বাস্থ্য সংস্থাই, ১১মাৰ্চ।
১০.Behind The Mask covid-19 নামৰ গ্ৰন্থখন কোনে লিখিছে?
উঃ মুহাম্মদ আব্দুল মান্নান।

সংগ্ৰাহকঃ লভিতা চহৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)