পট-লক্ষিমী বৰা শইকীয়া

ক্ষণিকতে পট সলনি হ'ল।
মটৰ চাইকেল দুৰ্ঘটনা।
তাইক মানসিক শাৰীৰিক অত্যাচাৰত জৰ্জৰিত কৰিও ক্ষান্ত নোহোৱা মানুহটো চোতালৰ এটা চুকত শুৱাই থোৱা হৈছে।...নিথৰ দেহটোত চেলেংখন দি এটা নিশ্বাস এৰি দিলে ,দুচকুৰে দুটি লোতক সৰি পৰিল।... জীৱন নাটৰ পট সলনি হ'ল।


লক্ষিমী বৰা শইকীয়া
গড়মূৰ মাজুলী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send