পট-লক্ষিমী বৰা শইকীয়া

©Admin
0
ক্ষণিকতে পট সলনি হ'ল।
মটৰ চাইকেল দুৰ্ঘটনা।
তাইক মানসিক শাৰীৰিক অত্যাচাৰত জৰ্জৰিত কৰিও ক্ষান্ত নোহোৱা মানুহটো চোতালৰ এটা চুকত শুৱাই থোৱা হৈছে।...নিথৰ দেহটোত চেলেংখন দি এটা নিশ্বাস এৰি দিলে ,দুচকুৰে দুটি লোতক সৰি পৰিল।... জীৱন নাটৰ পট সলনি হ'ল।


লক্ষিমী বৰা শইকীয়া
গড়মূৰ মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)