সাধাৰণ জ্ঞান

1. ২০২৪ চনত Olympic Games ( Summer ) ক'ত অনুষ্ঠিত হ'ব ?
ক) বেইজিং
খ) লণ্ডন
গ) নতুন দিল্লী
ঘ) পেৰিছ ✓

2. টকিঅ' অলিম্পিক -২০২০ ৰ পদকৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কিমান ?

ক) ৪৪ তম
খ) ৪৮ তম ✓
গ) ৪৭ তম
ঘ) ৪৬ তম

3. টকিঅ' অলিম্পিক -২০২০ ৰ পদক তালিকাৰ শীৰ্ষস্থান কোন খন দেশে লাভ কৰিছে ?

ক) জাপান
খ) চীন
গ) আমেৰিকা যুক্তৰাষ্ট্ৰ✓
ঘ) গ্ৰেট ব্ৰিটেইন

4.লভলিনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিক ২০২০ ত কোনটো পদক জিকিছিল?
ক) সোণ
খ) ৰূপ
গ) ব্ৰঞ্জ✓
ঘ) ওপৰৰ কোনোটো নহয়

5. 2020 Tokyo Olympic ত সৰ্বমুঠ কিমান খন দেশে অংশগ্রহণ কৰিছিল? 
206

6. Tokyo Olmpic ত অংশগ্রহণ কৰা একমাত্ৰ ভাৰতীয় referee জনৰ নাম কি ? 

Ashok Kumar

7. আটাইতকৈ কম বয়সীয়া সোণৰ পদক পোৱা ATHLETE জনৰ নাম কি আৰু তেওঁ কোন দেশৰ ?

Momji Nishiya(Japan)

8. টকিঅ' অলিম্পিক ২০২০ ৰ পদকত কোন খন দেশে তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে ?

(a) Australia
(b) Japan
(c) China
(d) America✓

9. টকিঅ অলিম্পিক গেমছ ২০২০ ৰ শুভংকৰৰ নাম কি আছিল?

ক) মেনলক আৰু ৱেণ্ডেভিল
খ) ৱেনলক আৰু মেণ্ডেভিল
গ) মিৰাইটোভা✓
ঘ) এথেনা আৰু ফেভোচ

10. অলিম্পিকৰ প্ৰতীকত থকা পাঁচটা আঙুঠিয়ে কি বুজাই?

ক) পাঁচখন মহাসাগৰ
খ) পাঁচখন মহাদেশ✓
গ) পাঁচটা গ্ৰহ
ঘ) ফাইভ গ্ৰীক দেৱতা

11.আধুনিক অলিম্পিকৰ জনক বুলি কাক জনা যায়?
ক) লে মাৰ্কুইচ ডি চামাৰাঞ্চ
খ) পিয়েৰ ডি কুবেৰ্টিন✓
গ) ডেমেট্ৰিয়াছ ভিকেলাচ
ঘ) ফেৰেংক কেমেনি

সাতটাকৈ পদক অৰ্জনেৰে টকিঅ' অলিম্পিক ২০২০ হৈছে ভাৰতৰ সফলতম অলিম্পিক ইভেণ্ট।
টকিঅ' অলিম্পিক ২০২০ত পদক অৰ্জন কৰিব সক্ষম হোৱা ভাৰতীয় দলৰ খেলুৱৈ সকল.....

১/ নীৰজ চোপ্ৰা,
হাৰিয়ানা-জেভলিন থ্ৰু🥇

২/ মীৰাবাঈ‌‍ চানু,
মণিপুৰ-ভাৰোত্তোল 🥈

৩/ ৰবি কুমাৰ দহিয়া,
হাৰিয়ানা-মল্লযুদ্ধ🥈

৪/ পি.ভি. সিন্ধু,
অন্ধ্ৰপ্ৰদেশ-বেডমিন্টন🥉

৫/ লাভলিনা বৰগোঁহাই,
অসম-বক্সিং🥉

৬/ বজৰং পুনিয়া,
হাৰিয়ানা-মল্লযুদ্ধ🥉

৭/ হকী(পুৰুষ),ব্ৰঞ্জ 🥉

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send