সাধাৰণ জ্ঞান -কুইজ

Aditi Tanti
0
১. পুৰাণ শব্দৰ অৰ্থ কি?
➖পুৰণি।
২. হাতীগুম্ফা লিপি কোনে খোদিত কৰিছিল?
➖কলিংগৰ ৰজা খাৰভেলা।
৩. পৃথিৱীৰ ক'ত আটাইতকৈ পুৰণি মুদ্ৰা উদ্ধাৰ কৰা হৈছে?
➖ লিডিয়া।
৪. ছাইমন কমিছন ভাৰতলৈ কেতিয়া আহিছিল?
➖ ১৯২৭ চন।
৫. বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মীয় লিখনি কি?
➖ইজিপ্টীয় পিৰামিডৰ লিখনি।
৬. গ্ৰীক সভ্যতাৰ অন্ধকাৰ যুগ বুলিলে কোনছোৱা সময়ক বুজায়?
➖১২০০-৮০০ খ্ৰীষ্টপূৰ্ব।

সংগ্রাহক- কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)