স্মৃতিয়ে ৰিঙিয়াই-জয়া বড়ি

এনুৱা বহল বাট...!
চৌদিশে নিমাত সেউজীয়া
নানান বেশত অলেখ মানুহ 
মুখখন চিনাকি যেন লাগিল
সেই তাহানিৰ খেলৰ লগৰী চম্পা।

মুগ্ধ হৈ ভালেমান পৰ ৰ'লো
কি অপূৰ্ব..........!
মই কেতিয়াও ভবা নাছিলোঁ
হ'ব পাৰে সেয়া হয়টো মাটিৰ মোহ,
মনটোত খুদুৱনি লাগি গল
অজ্ঞাতে বুকুখন যেন কঁপি উঠিল
উভটনিৰ নিজান বাটত।

✍️জয়া বড়ি
বোকাখাত ৰাজাবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send