প্ৰতিযোগিতামূলক আমাৰ সমাজত ।
একাষত ভাবি থাকিম, ক'ত ভুল হ'ল বুলি ।
ব্যস্ততাৰ পৃথিৱীত যোগ্যতাৰ সংজ্ঞাই বেলেগ জগতত বাস কৰিব ।
হয়টো আমি ভিৰৰ মাজত হেৰাই যাম, ক'ব লাগিব নেকি? এনেদৰে, "আমাক কিয় একাষৰীয়া কৰিলা ।"
সফলতাৰ জগতখনত বহুতে ভিৰ কৰিব, পুৰণি মানুহবোৰ প্ৰাসংগিক হৈ পৰিব আধুনিকতাৰ ৰং লাগি ।
নোৱাৰিব থাকিব নতুনৰ মাজত পুৰণিবোৰ, বিভিন্ন কাৰণত আঁতৰি যাব ।
আঁতৰি নাযায়, আঁতৰোৱা হ'ব পাৰে ।
আমি নাথাকিম নেকি?
✍️উৎপল দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ