সাধাৰণ জ্ঞান

©Admin
0
১. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে কোন অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি কৰাৰ পৰিকল্পনা কৰিছে?
➖ ২০২৮ চনৰ বেইজিং অলিম্পিক।
২.  অলিম্পিকত সোণৰ পদক প্ৰাপ্ত ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাৰ সন্মানত কোনটো দিনক জেভলিন থ্ৰ' দিৱস ৰূপে পালন কৰিবলৈ লোৱা হৈছে?
➖ ৭আগষ্ট।
৩. যুৱ বেংগল আন্দোলন কোনে আৰম্ভ কৰিছিল?
➖ হেনৰি ভিভিয়ান ডাৰজিঅ।
৪. বুৰঞ্জী অধ্যয়নৰ নিম্নবৰ্গীয় দৃষ্টিভংগীৰ সূচনা কৰা ঐতিহাসিক জন কোন?
➖এণ্টনিঅ গ্ৰামছি।
৫. ভাৰতৰ প্ৰথম আধুনিক মানৱ বুলি কাক কোৱা হয়?
➖ৰাজা ৰাম মোহন ৰায়।

সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)