সাধাৰণ জ্ঞান

১. ভাৰতৰ মেট্ৰ' মানৱ বুলি কাক জনা যায়?
➖ই. শ্ৰীধৰণ।

২. ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাতা কোন?
➖ শচীন বাঞ্চাল আৰু বিন্নী বাঞ্চাল।

৩. গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া কোন?
➖সুন্দৰ পিচাই।

৪. প্ৰথম ই মেইল কোনে প্ৰেৰণ কৰিছিল?
➖ৰেই টমিলছন।

৫. বিশ্ব সুন্দৰী খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
➖ৰীতা ফাৰিয়া।

৬. বুকাৰ বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন?
➖অৰুন্ধতী ৰয়।

সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send