➖ই. শ্ৰীধৰণ।
২. ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাতা কোন?
➖ শচীন বাঞ্চাল আৰু বিন্নী বাঞ্চাল।
৩. গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া কোন?
➖সুন্দৰ পিচাই।
৪. প্ৰথম ই মেইল কোনে প্ৰেৰণ কৰিছিল?
➖ৰেই টমিলছন।
৫. বিশ্ব সুন্দৰী খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
➖ৰীতা ফাৰিয়া।
৬. বুকাৰ বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন?
➖অৰুন্ধতী ৰয়।
সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।