দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১১ভাদ ,শনিবাৰ ,ইং ২৮ আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৫/৫/২১,সূৰ্য্যাস্ত ঘ:৫/৪৪/১

ৰাশি :-  মেষ ৰাশি।
তিথি - কৃষ্ণ ষষ্ঠী।ৰা:ঘ:- ৮/১৫/৪০লৈ
নক্ষত্ৰ : - ভৰনী।
শে:ঘ:- ৪/১/১৫লৈ।
শুভ সংখ্যা :- ৫/৮
শুভ ৰং :- নীলা / কলা ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই।ৰা:ঘ:- ৬/৩৭/৪৮ যোৱাত পশ্চিম দিশত নাই।
 যোগিনী :- পশ্চিম দিশত।ৰা:ঘ:- ৮/১৫/৪০ যোৱাত বাযু কোনত।
মৰণত দোষ:-এপদ, ৰা:ঘ:- ৮/১৫/৪০ যোৱাত দ্বিপদ, শে:ৰা:- ৪/১/১৫ যোৱাত পূৰ্ণ দোষ।
ভক্ষাভক্ষ্য :- নিমতিতা খোৱা নিষেধ, ৰা:ঘ:- ৮/১৫/৪০  যোৱাত তাল খোৱা নিষেধ।

YouTube link :- https://youtu.be/1cgytTUMWt8
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, ভ্ৰমণত শুভ হব, লগতে আজি আলহীৰ আগমন হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ বৃদ্ধি হব, কৰ্মক্ষেত্ৰত উন্নতি হব, লগতে বন্ধুৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি সজাগ নহলে শৰীৰত সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পৰিবৰ্তন আহিব পাৰে, কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সুখ বৃদ্ধি হব, ব্যৱসায়িক দিশত উন্নতি হব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হব।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, প্ৰেমত আনন্দ বৃদ্ধি হব, লগতে আজি বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, বন্ধু লাভ হব, লগতে আজি খেলুৱৈ সকলৰ শুভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত জৰিয়ত হোৱাৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিবৰ্তন আহিব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য ব্যয় হব পাৰে লগতে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ হব, লগতে মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ বৃদ্ধি হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি খংঙ আৰু অভিমান ভাৱ পৰিহাৰ কৰাটো ভাল হব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)