দৈনিক ৰাশিফল- ১১ আগষ্ট

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
২৫ শাওণ, বুধবাৰ ,ইং ১১ আগষ্ট,
 ২০২১। 
সূৰ্য্যোদয় ঘ:- ৪/৫৯/৪১ সূৰ্য্যাস্ত ঘ:-৫/৫৭/১

ৰাশি :- সিংহ ৰাশি।ঘ:- ৪/৩৪/৮ যোৱাত কন্যা ৰাশি।
তিথি - শুক্লা তৃতীয়া। আ:ঘ:- ৫/৯/২২ লৈ
নক্ষত্ৰ : - পূৰ্ব্বফাল্গূনী । ঘ:- ১০/৪২ /৫৭ লৈ।
শুভ সংখ্যা :- ৬/১
শুভ ৰং :-  বগা/ সেউজীয়া।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- অগ্নি কোনত নাই ।আ:ঘ:- ৫/৯/২২ যোৱাত নৈঋত কোনত নাই।
 যোগিনী :- অগ্নি কোনত ।আ:ঘ:- ৫/৯/২২ যোৱাত নৈঋত কোনত।
মৰণত দোষ:- নাই,ঘ:- ১০/৪২/৫ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ। স:- ৫/৯/২২যোৱাত মূলা খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব,  লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগ লাভ হব, ভ্ৰমণত সফল হব, যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক  দিশত শুভ হব,  বন্ধু লাভ হব, যদিও আজি সজাগ নহলে মাতৃৰ শৰিৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, লগতে আজি প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাত  পোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব যদিও সজাগ নহলে আজি আপুনি সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সম্পদ লাভ হব, ব্যৱসায়িক দিশত শুভ হব, লগতে কৰ্মত নতুনকৈ যোগাযোগ হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ৰোগাৰোগ্য হব লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব,  লগতে ভ্ৰমণত সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ নহলে  সামান্য আৰ্থিক দিশত ক্ষতি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত  কৰ্মত ক্ষেত্ৰত সফল হব  লগতে কৰ্ম আৰু ব্যৱসায়িক দিশত নতুনকৈ যোগাযোগ হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব, আৰ্থিক দিশত শুভ হব, যদিও আজিৰ দিনটোত আপুনি  সকলো দিশতে সজাগ সচেতন হৈ ছলিব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে প্ৰেম আৰু কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব,  সন্মান লাভ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)