০১ আগষ্ট- ইতিহাসত আজিৰ দিনটো

* আজিৰ দিনটোতেই ৩০ খ্ৰীষ্টঃ পূৰ্বঃত আগাষ্টাছে ইজিপ্ট জয় কৰি ৰোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল।

* আজিৰ দিনটোতেই ৫২৭ খ্ৰীষ্টাব্দত জাষ্টিনিয়ানে বাইজাইনটাইন সাম্ৰাজ্যৰ শাসন ভাৰ গ্ৰহণ কৰিছিল।

* আজিৰ দিনটোতেই ১৪৯৮ চনত খ্ৰীষ্টফাৰ কলম্বাচে এজন ইউৰোপীয় হিচাপে প্ৰথমবাৰলৈ ভেনিজুৱেলাত প্ৰৱেশ কৰিছিল।

* আজিৰ দিনটোতেই ১৯০৭ চনত ব্ৰাউনেছিয়া দ্বীপত প্ৰথমবাৰলৈ স্কাউট কেম্প স্হাপন কৰা হৈছিল।

*আজিৰ দিনটোতেই ১৯৩৬ চনত এডলফ হিটলাৰে বাৰ্লিনত অলিম্পিক উদ্বোধন কৰে।

* আজিৰ দিনটোতেই ১৯১১ চনত হেৰিয়েট কুইম্বিয়ে বিমান চলাই প্ৰথম আমেৰিকান মহিলা পাইলট হিচাপে পৰিগণিত হয়।

* আজি  আজাৰবাইনৰ বৰ্ণমালা দিৱস।

* আজি বেনিনৰ ৰাষ্ট্ৰীয় দিৱস ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send