* আজিৰ দিনটোতেই ৫২৭ খ্ৰীষ্টাব্দত জাষ্টিনিয়ানে বাইজাইনটাইন সাম্ৰাজ্যৰ শাসন ভাৰ গ্ৰহণ কৰিছিল।
* আজিৰ দিনটোতেই ১৪৯৮ চনত খ্ৰীষ্টফাৰ কলম্বাচে এজন ইউৰোপীয় হিচাপে প্ৰথমবাৰলৈ ভেনিজুৱেলাত প্ৰৱেশ কৰিছিল।
* আজিৰ দিনটোতেই ১৯০৭ চনত ব্ৰাউনেছিয়া দ্বীপত প্ৰথমবাৰলৈ স্কাউট কেম্প স্হাপন কৰা হৈছিল।
*আজিৰ দিনটোতেই ১৯৩৬ চনত এডলফ হিটলাৰে বাৰ্লিনত অলিম্পিক উদ্বোধন কৰে।
* আজিৰ দিনটোতেই ১৯১১ চনত হেৰিয়েট কুইম্বিয়ে বিমান চলাই প্ৰথম আমেৰিকান মহিলা পাইলট হিচাপে পৰিগণিত হয়।
* আজি আজাৰবাইনৰ বৰ্ণমালা দিৱস।
* আজি বেনিনৰ ৰাষ্ট্ৰীয় দিৱস ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব