সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১. ছেটেলাইট ফোনৰ দ্বাৰা পৰীক্ষণ কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?
➖অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২. ভাৰতৰ প্ৰথম ৱাটাৰ প্লাছ চিটি কোনখন?
➖ ইন্দোৰ (মধ্যপ্ৰদেশ)।
৩. ভাৰতৰ কোনখন চহৰে প্ৰথমবাৰলৈ উচ্চ গুণযুক্ত পেয়জল উৎপাদন কৰিবলৈ সক্ষম হৈছে?
➖ পুৰী(উৰিষ্যা)।
৪. ভাৰতৰ প্ৰথম উচ্চ ন্যায়ালয় কোনখন য'ৰপৰা আইনী কাৰ্যাৱলীৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব?
➖ গুজৰাট উচ্চ ন্যায়ালয়।
৫. ভাৰতৰ প্ৰথম দ্ৰোণ ফৰেনচিক পৰীক্ষাগাৰ আৰু গৱেষণা কেন্দ্ৰ ক'ত স্থাপিত হৈছে?
➖ তিৰুৱনন্তপুৰম (কেৰেলা)।
৬. কোন কোম্পানীয়ে ভাৰতত প্ৰথম সেউজ হাইড্ৰ'জেন গছপুলি নিৰ্মাণ কৰিব?
➖ইণ্ডিয়ান অইল কৰ্পৰেচন।
৭. ভাৰতৰ প্ৰথম অগ্নি উদ্যান কোন ৰাজ্যত মুকলি কৰা হৈছে?
➖ উৰিষ্যা।
৮. অনলাইন বান সংবাদ যোগান পদ্ধতি ভাৰতৰ কোন ৰাজ্যই প্ৰথম প্ৰয়োগ কৰিছে?
➖ অসম।
৯. ১৪-লেনযুক্ত এক্সপ্ৰেছৱে শেহতীয়াকৈ ভাৰতৰ ক'ত নিৰ্মাণ কৰা হৈছে?
 ➖ দিল্লীৰ মীৰাট।
১০. ভাৰত চৰকাৰে যক্ষ্মামুক্ত বুলি ঘোষণা কৰা প্ৰথমটো কেন্দ্ৰীয় শাসিত অঞ্চল কি?
➖ লক্ষদ্বীপ।

সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)