তুমিতো আছিলা
মোৰ জীৱনৰ সকলো
তোমাৰ মাজতে
বিচাৰি পাইছিলোঁ সকলো।
সেয়ে মই
তোমাক মোৰ হৃদয়
মন, মগজু
সকলোতে তোমাৰ প্ৰতিচ্ছবি
আঁকি মই
সান্নিধ্য পাইছিলোঁ। তোমাৰ
হাতৰ
পৰশত মই পাইছিলোঁ
জীৱনৰ এক
অনন্য সুখৰ অনুভূতি
সেই পৰশতে
মই তোমাক উপস্থিতি
অনুমান কৰিব
লভিছিলোঁ তোমাৰ প্ৰেমৰ
মৌসনা স্বাদ
সেয়ে মোৰ
আকলুৱা মনে কেৱল
তোমাৰ মাজতে
পাইছিল মৰমৰ অমৃত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ