⏺️৫৫ খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতে ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰ-এ পদাৰ্পন কৰিছিল আজিৰ দিনটোতে (খ্ৰীঃ পূঃ ৫৫)।
⏺️১৩০৩ চনৰ আজিৰ দিনটোতে আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
⏺️১৯০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
⏺️১৯৪৩ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
⏺️২০০২ চনৰ আজিৰ দিনটোতে প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ