২৩ আগষ্ট - আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
আজি হ'ল ২৩ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৩৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৩০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক--- 

* আজি ইউক্ৰেইনৰ জাতীয় পতাকা দিৱস।
* আজি ক'লা ৰিবন দিৱস।
* আজি ৰোমানিয়াৰ মুক্তি দিৱস।
* আজিৰ দিনটোতেই ১৬২৮ চনত বাকিংহামৰ প্ৰথমজন ডিউক জৰ্জ ভিলিয়াৰক জন ফেল্টনে গোপনে হত্যা কৰিছিল।
* আজিৰ দিনটোতেই ১৮৩৯ চনত ইংলেণ্ডে হংকং দখল কৰিছিল।
* আজিৰ দিনটোতেই ১৮৬৬ চনত অষ্ট্ৰো'-প্ৰুছিয়ান যুদ্ধৰ সমাপ্তি ঘটিছিল।
* আজিৰ দিনটোতেই ১৯৬৬ চনত লুনাৰ অৰবিটৰ-১য়ে জোনবাইৰ কক্ষপথৰ পৰা পৃথিৱীৰ প্ৰথমখন ছবি তুলিছিল।
* আজিৰ দিনটোতেই ১৯৯১ চনত ৱৰ্ল্ড ৱাইড ৱেব মুকলি কৰা হৈছিল।
* আজিৰ দিনটোতেই ভাৰতৰ লোকসভাই ২০০৪ চনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন অনুমোদন কৰিছিল।

সংগ্ৰাহক-কুঁহিস্মিতা বৰা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)