১৬ আগষ্ট- ইতিহাসৰ পাতত আজিৰ দিনটো

⚫২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ মৃত্যু হয়।

⚫১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।

⚫১৯১০ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয়।

⚫১৯৫৫ চনৰ আজিৰ দিনটোতে বজালী মহাবিদ্যালয় স্থাপন হৈছিল।

⚫১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।

⚫১৯৬২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।

⚫১৯৬৮ চনৰ আজিৰ দিনটোতে মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send