১৬ আগষ্ট- ইতিহাসৰ পাতত আজিৰ দিনটো

Aditi Tanti
0
⚫২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ মৃত্যু হয়।

⚫১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।

⚫১৯১০ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয়।

⚫১৯৫৫ চনৰ আজিৰ দিনটোতে বজালী মহাবিদ্যালয় স্থাপন হৈছিল।

⚫১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।

⚫১৯৬২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।

⚫১৯৬৮ চনৰ আজিৰ দিনটোতে মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)