২৭ আগষ্ট-ইতিহাসৰ পাতত আজিৰ দিনটো

অসমীয়া সাহিত্যৰ চানেকি
0
আজি হʼল ২৭ আগষ্ট। গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১২৬ দিন বাকী থাকে। আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক---

* আজি ৰাছিয়াৰ চলচ্চিত্ৰ দিৱস।
* আজিৰ দিনটোতেই ১৮১০ চনত নেপোলিয়নৰ নেতৃত্বত ফৰাচী নৌবাহিনীয়ে ব্ৰিটিছ নৌবাহিনীক পৰাস্ত কৰিছিল।
* আজিৰ দিনটোতেই ১৮২৮ চনত ব্ৰাজিল আৰু আৰ্জেটিনাই উৰুগুৱেৰ সাৰ্বভৌমত্বক মনটেভিডিঅ' চুক্তিৰ জৰিয়তে স্বীকৃতি দিছিল।
* আজিৰ দিনটোতেই ১৮৭০ চনত শশীপড়া বেনাৰ্জীয়ে কলিকতাত ভাৰতৰ প্ৰথমটো শ্ৰমিক সংগঠন চিৰঞ্জীৱী সংঘ স্থাপন কৰিছিল।
* আজিৰ দিনটোতেই ১৯৭৬ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা আৰ্মী জেনেৰেল গাৰট্ৰুড আলি ৰাম সামৰিক ধাত্ৰী সেৱাৰ পৰিচালিকা হিচাপে নিযুক্ত হৈছিল।
* আজিৰ দিনটোতেই ১৯৯০ চনত সোণালী বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা সামুদ্ৰিক অভিযন্তা ৰূপে নিৰ্বাচিত হৈছিল। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)