সাধাৰন জ্ঞান - কুইজ

©Admin
0
কোনজন ব্যক্তিক কি বিষয়ৰ জনক ৰূপে জনা যায়---

* গণিত= পাইথোগৰাছ
* আধুনিক কম্পিউটাৰ= চাৰ্লচ বেবেজ
* আধুনিক কাৰ্টুন= উইলিয়াম হৰ্গাথ
* আণৱিক পদাৰ্থবিজ্ঞান= আৰ্নেষ্ট ৰুডফেল্ড
* আধুনিক নাটক= হেনৰিক জে  ইবছন
* পৰ্যটন= থমাছ কুক
* চিত্ৰকলা= লিঅ'নাৰ্ড দা ভিন্সি
* হোমিঅপেথি= নৰমান বৰলাউগ
* আণৱিক বোমা= ছেমুৱেল হানিমেন
*মটৰগাড়ী= হেনৰি ফৰ্ড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)