সাধাৰণ জ্ঞান

©Admin
0
১.আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি?
উঃ ৰেডন।
২.কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্ৰিয় যন্ত্ৰবিধৰ নাম কি?
উঃ টেলিভিছন।
৩.আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি?
উঃ ব্লেক আইৰণ উড(আফ্ৰিকা)।
৪.পৃথিৱীৰ অকলশৰীয়া গছজোপা ক'ত আছে?
উঃ নাইজেৰিয়াৰ মৰুভূমি অঞ্চলত।
৫.বাঘ মাৰিবৰ বাবে প্ৰয়োগ কৰা বিহ হিচাপে কৌটিল্যৰ অৰ্থ শাস্ত্ৰত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি?
উঃ কডমিলেট।
৬.পোহৰ নোহোৱাকৈ গজিব পৰা উদ্ভিদক কি কোৱা হয়?
উঃ এফটিক।
৭.ভাৰতৰ কোনখন প্ৰাচীন গ্ৰন্থত উদ্ভিদৰ শ্ৰেণীকৰণ উল্লেখ আছে?
উঃঋকবেদ।
৮.ধান খেতিৰ পৰা উদ্ভৱ হোৱা বিষাক্ত গেছবিধৰ নাম কি?
উঃ মিথেন।
৯.কিমান ডেছিবেলৰ ওপৰৰ শব্দই মানুহৰ ক্ষতি কৰিব পাৰে?
উঃ ৯০ডেছিবেল।
১০.পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰং টো কি?
উঃ সেউজীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)