অনুভৱ-দিপালী বসুমতাৰী

অনাহুত মূহূর্তই 
চুই গ'ল অজানিতে
শূন্যতে‌ উপঙি আছোঁ 
কেনেবাকৈ....
লিহিৰি সমীৰণজাকত 
হালিজালি আছোঁ দুলি
মায়াময় এই জীৱন 
সংগোপনে উদযাপন কৰিবলৈ

✍️দীপালী বসুমতাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send