১২ আগষ্ট-ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
⭕আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস (ৰাষ্ট্ৰসংঘ)

⭕আজি বিশ্ব হস্তী দিৱস।

⭕১৭৬৫ -চনৰ আজিৰ দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলম - দ্বিতীয়ই বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।

⭕১৮৩৩ -চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।

⭕১৮৫১ -চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।

⭕১৯০৮ -চনৰ আজিৰ দিনটোতে হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল টি (Model-T) গাড়ীৰ নিৰ্মাণ কৰিছিল।

⭕১৯৩৫ -চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন।

⭕১৯৮১ চনৰ আজিৰ দিনটোতে আই বি এমে (ইং: IBM) তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)