ভুল - অঞ্জনা শইকীয়া

Aditi Tanti
0
মানু তই অমুকলৈ নাযাবি,অমুকৰ লগত নাথাকিবি,স্বভাৱ বেয়া হ'ব ইত্যাদি ইত্যাদি বুলি ঘৰৰ ভিতৰত সদায় বন্দী ৰখা মানুটো চাৰিবেৰৰ মাজত আবদ্ধ হৈ এক প্ৰকাৰৰ মানসিক ৰোগী হৈ পৰিল।আন ল'ৰাৰ দৰে চলা ফুৰা কৰিব নোপোৱা মানুৱে আনৰ লগত কথা পাতিব নজনা হৈ পৰিল। উচ্চাকাংক্ষীতা আৰু ভৰপক যৌৱন কালত বন্দীত্ব তাৰ বাবে অভিশাপ হৈ পৰিল।সন্তানৰ অন্তৰ্দণ্ড অনুভৱ‌ নকৰা কমল আৰু ফাগুনীয়ে শাৰীৰিক অত্যাচাৰ চলোৱাৰ আৰম্ভ কৰি দিলে।
                                    ফাগুনীয়ে একমাত্ৰ সন্তানৰ ফটোৰ কাষত চাকি জ্বলায় চকুলো টুকি আতুৰ ভাবে সোঁৱৰিলে......মানু!!!!
                  

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)