আজিৰ দিনটোৰ বিশেষত্ব-১৫ আগষ্ট

পংখী মৰাণ
0
আজি হ'ল ১৫ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২২৭ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৩৮ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

১.আজি ভাৰতৰ স্বাধীনতা দিৱস।
২. আজি দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস।
৩. আজি কংগোৰ স্বাধীনতা দিৱস।
৪.আজি বাংলাদেশৰ ৰাষ্ট্ৰীয় শোক দিৱস।
৫.আজি জাপানৰ বন উৎসৱৰ আৰম্ভণি।
৬. আজিৰ দিনটোতেই ১৯৪৫ চনত জাপানে দ্বিতীয় বিশ্বযুদ্ধত পৰাজয় স্বীকাৰ কৰি আত্মসৰ্মপণ কৰিছিল।
৭. আজিৰ দিনটোতেই ১৮৪৩ চনত ডেনমাৰ্কত বিশ্বৰ আটাইতকৈ পুৰণি প্ৰমোদ উদ্যানখনৰ উদ্বোধন হৈছিল যিখন আজিও চলি আছে।
৮.আজিৰ দিনটোতেই ১৯৪৭ চনত মহম্মদ আলি জিন্নাই পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল ৰূপে শপত লৈছিল।

সংগ্রাহক- কুঁহিস্মিতা বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)