আজিৰ ৰাশিফল- ৮ ভাদ বুধবাৰ ২৫ আগষ্ট

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৮ ভাদ , বুধবাৰ ,ইং ২৫ আগষ্ট,২০২১। 
সূৰ্য্যোদয় ঘ:৫/৪/১৮সূৰ্য্যাস্ত ঘ:৫/৪৬/৪২

ৰাশি :- মীন ৰাশি।
তিথি - কৃষ্ণ তৃতীয়া।আ:ঘ:- ৪/৩১/৫৪লৈ
নক্ষত্ৰ : - উত্তৰভাদ্ৰপদ।ৰা:ঘ:- ১০/৮/৩০লৈ।
শুভ সংখ্যা :- ২/৫
শুভ ৰং :-  বগা / সেউজীয়া ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা :- অগ্নি কোনত  নাই।আ:ঘ:- ৪/৩১/৫৪  যোৱাত নৈঋত কোনত নাই।
 যোগিনী :- অগ্নি কোনত ।আ:ঘ:- ৪/৩১/৫৪  যোৱাত নৈঋত কোনত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ, আ:ঘ:- ৪/৩১/৫৪   যোৱাত মুলা খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত  শুভ হব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হৈ থকাটো ভাল হব।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আজি পাৰিলে মনৰ পৰা খংঙ আৰু অভিমান ভাৱ ত্যাগ কৰাতো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ হোৱাৰ সুযোগ লাভ কৰিব, লগতে আপোনাৰ আজি ঘৰুৱা সুখ শান্তি বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হব, যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও , মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সজাগ নহলে আজি আপোনাৰ  কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, লগতে কৰ্মত সফল হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন সন্মান লাভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ধন সম্পদ লাভ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব পাৰে, ধন সন্মান লাভ হব, যদিও আজি সজাগ নহলে শিক্ষাৰ্থী সকলৰ শিক্ষা আহৰণত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে অৰ্থ আগমন সামান্য হ্ৰাস হব পৰে, লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান লাভ হব, কৰ্মত সফল হব, লগতে আজি আপোনাৰ সাহিত্য সেৱাত মনোনিবেশ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)