আজিৰ দিনটোৰ বিশেষত্ব~২৪আগষ্ট

✅১৬০৮ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।

✅১৮১৪ চনৰ আজিৰ দিনটোতে  ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)

✅১৯৬৯ চনৰ আজিৰ দিনটোতে বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।

✅১৯৭৪ চনৰ আজিৰ দিনটোতে  ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।

✅১৯৯১ চনৰ আজিৰ দিনটোতে ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।

✅২০০৮ চনৰ আজিৰ দিনটোতে বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send