সাধাৰণ জ্ঞান

১.টপাই মুখ বান্ধ ক'ত আছে?
উঃ মণিপুৰ।
২.হৰ্নবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ?
উঃ নাগালেণ্ড।
৩.ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য্যোদয়ৰ ভূমি বুলি কোৱা হয়?
উঃ অৰুণাচল প্ৰদেশ।
৪.উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ঘন বসতিৰ ৰাজ্য বসতিৰ ৰাজ্য খনৰ নাম কি?
উঃ অসম।
৫.NISHAR উপগ্ৰহ অভিযান কোনটো ভাৰতীয় সংস্থাৰ নাচাৰ লগত যুটীয়া অভিযান?
উঃ ISRO.

সংগ্ৰাহকঃ লভিতা চহৰীয়া

Post a Comment

Previous Post Next Post