🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
২৩শাওণ, সোমবাৰ ,ইং ৯ আগষ্ট,
২০২১।
সূৰ্য্যোদয় ঘ:- ৪/৫৮/৫২, সূৰ্য্যাস্ত ঘ:-৫/৫৮/২০
ৰাশি :- কৰ্কট ৰাশি।ঘ:-২০/৩৩/২৪ যোৱাত সিংহ ৰাশি।
তিথি - শুক্লা প্ৰতিপদ। স:ঘ:- ৬/৪৫/১৮ লৈ
নক্ষত্ৰ : - অশ্লেষা । ঘ:- ১০/৩৩ /২৪ লৈ।
শুভ সংখ্যা :- ৪/২
শুভ ৰং :- বগা/ কমলা ৰং।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- পূৱ দিশত নাই ।স:ঘ:- ৬/৪৫/১৮ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত ।স:ঘ:- ৬/৪৫/১৮ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- নাই, স:ঘ:- ৬/৪৫/১৮ যোৱাত এপদ।।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। স:- ৬/৪৬/১৮ যোৱাত তিতা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, লগতে সামান্য কৰ্ম পৰিৱৰ্তন হব পাৰে, লগতে আজি আপুনি কৰ্ম ক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত বন্ধুৰ সহায় লভ হব, সমস্যাৰ বোৰৰ সমাধান হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ নহলে সামান্য আশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে মনত সামান্য অহংকাৰী ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যা বোৰৰ সমাধান হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে দেহ মনত সামান্য দুৰ্বলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, প্ৰেমত শুভ হব, কৰ্মত শুভ হব, যদিও আপুনি আজি সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে দেহত সামান্য অৱসাদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, প্ৰেমত শুভ হব,যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্ম ক্ষেত্ৰত শুভ হব,লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি ঘৰুৱা দিশত সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, বন্ধুৰ লগত সামান্য মনোমালিন্য হব পাৰে, লগতে সজাগ নহলে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব, শত্ৰু নাশ হব যদিও আজি আপুনি সজাগতা নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ