ইতিহাসৰ পাতত আজিৰ দিনটো-১১ আগষ্ট

©Admin
0
   আজি হ'ল ১১ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২২৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৪২ দিন বাকী থাকে। বুৰণ্ঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক--

* আজি পাকিস্তানৰ পতাকা দিৱস। 
* আজি জাপানৰ পৰ্বত দিৱস।
* আজিৰ দিনটোতেই ১৮০৪ চনত দ্বিতীয় ফ্ৰান্সিছে অষ্ট্ৰিয়াৰ প্ৰথম সম্ৰাটৰ খিতাপ লৈছিল।
* আজিৰ দিনটোতেই ১৯১৯ চনত জাৰ্মানীৰ ৱেইমাৰ সংবিধান আইনত পৰিণত হৈছিল।
*আজিৰ দিনটোতেই ১৯৬১ চনত দাদৰা আৰু নগৰ হাভেলীৰ একত্ৰীকৰণ হৈছিল।
* আজিৰ দিনটোতেই নাটো(NATO)য়ে প্ৰথমবাৰলৈ ইউৰোপৰ বাহিৰত শান্তিৰক্ষাৰ অভিযান চলাইছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)