সাধাৰণ জ্ঞান-২২আগষ্ট

পংখী মৰাণ
0
১.২০২১চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মেৰী কমে কি পদক পাইছিল?
উঃ ৰূপৰ পদক।
২.কোন ৰাজ্যৰ চৰকাৰে শিশুৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰী সেৱা আঁচনি আৰম্ভ কৰিছে?
উঃ অসম।
৩.NIA ৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্ত কৰা হৈছে?
উঃ কুলদীপ সিং।
৪.মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা এছিয়াৰ প্ৰথম দৃষ্টিহীন জন কোন?
উঃ Zhang Hong.
৫.গ্লোবেল চাইবাৰ চিকিউৰিটি প্ৰতিবেদনত ভাৰতৰ স্থান কি?
উঃ ১০নম্বৰ।
৬.ৰাষ্ট্ৰীয় GST দিৱস কেতিয়া পালন কৰা হৈছিল?
উঃজুলাই।
৭.বিশ্ব শান্তি প্ৰতিবেদন২০২১ত কোন দেশে শীৰ্ষ স্থান অধিকাৰ কৰিছে?
উঃ আইচলেণ্ড।
৮.১কোটি ক'ৰণা টেষ্ট কৰাবলৈ সক্ষম হোৱা দেশৰ প্ৰথম ৰাজ্য খনৰ নাম কি?
উঃ উত্তৰ প্ৰদেশ।
৯.১৮জুন ২০২০তাৰিখে ক'ত মাস্ক দিৱস পালন কৰা হৈছিল?
উঃ কৰ্ণাটক।
১০.covid-19ৰ লগত মোকাবিলা কৰিবলৈ কোন ৰাজ্যই ব্লেক দা চেইন মিছন আৰম্ভ কৰিছিল?
উঃ কেৰালা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)