দৈনিক অসমীয়া সাধাৰণ জ্ঞান

১.কিমান চনত 'অসম চুক্তি' স্বাক্ষৰিত হৈছিল?
উঃ ১৯৮৫চনত।
২.কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উঃ হাফলং।
৩.অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
উঃ যুগল দাসে।
৪.'আৱাহন' ৰ প্ৰথম সম্পাদক কোন আছিল?
উঃ দীননাথ শৰ্মা।
৫.বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি?
উঃ জয়ভদ্ৰ হাগজে।
৬.অসমৰ প্ৰথম মহিলা আলোচনী কি?
উঃ ঘৰ জেউতি।
৭.অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যাক্ষা গৰাকী কোন?
উঃ বনেলি খং মেন।
৮.তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?
উঃ সেন্দুৰ।
৯.অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
উঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী।
১০.সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?
উঃ শুচিব্ৰতা ৰায়চৌধুৰী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send