দৈনিক অসমীয়া সাধাৰণ জ্ঞান

©Admin
0
১.কিমান চনত 'অসম চুক্তি' স্বাক্ষৰিত হৈছিল?
উঃ ১৯৮৫চনত।
২.কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উঃ হাফলং।
৩.অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
উঃ যুগল দাসে।
৪.'আৱাহন' ৰ প্ৰথম সম্পাদক কোন আছিল?
উঃ দীননাথ শৰ্মা।
৫.বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি?
উঃ জয়ভদ্ৰ হাগজে।
৬.অসমৰ প্ৰথম মহিলা আলোচনী কি?
উঃ ঘৰ জেউতি।
৭.অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যাক্ষা গৰাকী কোন?
উঃ বনেলি খং মেন।
৮.তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?
উঃ সেন্দুৰ।
৯.অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
উঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী।
১০.সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?
উঃ শুচিব্ৰতা ৰায়চৌধুৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)