সাধাৰণ জ্ঞান

১.কোন চনৰ কি আইন মতে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উঃ ১৯৬০চনৰ চৰকাৰী ভাষা আইন।
২.সুঅভিনেত্ৰী চেতনা দাসক ২০০০চনৰ ৫ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?
উঃ আম্বেদকাৰ বঁটা।
৩.কোনজন অসমীয়াক ' সত্যজিৎ ৰায় বঁটা' আৰু ' দাদাচাহেব ফাল্কে বঁটা' প্ৰদান কৰা হৈছিল?
উঃ ড০ ভূপেন হাজৰিকা।
৪.সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী সাহিত্যিক কোন?
উঃ যতীন্দ্ৰনাথ দুৱৰা।
৫.২০০০চনৰ ২৩ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ' ভাষাচাৰ্য' বঁটা প্ৰদান কৰা হৈছিল।ব্যক্তি দুগৰাকী কোন?
উঃ ড০ উপেন্দ্ৰনাথ গোস্বামী আৰু ড০ গোলোক চন্দ্ৰ গোস্বামী।

সংগ্ৰাহকঃ লভিতা চহৰীয়া।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send