উঃ ১৯৬০চনৰ চৰকাৰী ভাষা আইন।
২.সুঅভিনেত্ৰী চেতনা দাসক ২০০০চনৰ ৫ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?
উঃ আম্বেদকাৰ বঁটা।
৩.কোনজন অসমীয়াক ' সত্যজিৎ ৰায় বঁটা' আৰু ' দাদাচাহেব ফাল্কে বঁটা' প্ৰদান কৰা হৈছিল?
উঃ ড০ ভূপেন হাজৰিকা।
৪.সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী সাহিত্যিক কোন?
উঃ যতীন্দ্ৰনাথ দুৱৰা।
৫.২০০০চনৰ ২৩ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ' ভাষাচাৰ্য' বঁটা প্ৰদান কৰা হৈছিল।ব্যক্তি দুগৰাকী কোন?
উঃ ড০ উপেন্দ্ৰনাথ গোস্বামী আৰু ড০ গোলোক চন্দ্ৰ গোস্বামী।
সংগ্ৰাহকঃ লভিতা চহৰীয়া।