সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১.কোনখন চহৰক ' অসমৰ সাংস্কৃতিক ৰাজধানী' বুলি কোৱা হয়?
উঃ যোৰহাট।
২.অসমৰ প্ৰথম অনা-চৰকাৰী মহাবিদ্যালয় হৈছে-
উঃ জে.বি.কলেজ,যোৰহাট।
৩.কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?
উঃ ছেপ্টেম্বৰ,২০১৬চনত।
৪.যাদৱ পায়েং ৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল ?
উঃ মলাই হাবি।
৫.কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে 'সংৰক্ষিত বন' হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?
উঃ ১৯০৮চনত।
৬.কোন ঠাইক অসমীয়া নৱ বৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়?
উঃ মাজুলী।
৭.২০১৭ চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান?
উঃ ৫৭১৯টা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)