উঃ মধ্যপ্ৰদেশ।
২.আয়ুস কৱচ নামৰ এপটো কোন ৰাজ্যত মুকলি কৰা হৈছিল?
উঃ উত্তৰ প্ৰদেশ।
৩. Covid আক্ৰান্তৰ স্থান নিৰ্ণয় কৰিবলৈ কোন ৰাজ্যত covid Locator নামৰ এপটো মুকলি কৰা হৈছিল?
উঃ গোৱা।
৪.বিদেশত আৱদ্ধ ভাৰতীয় সকলক নিজ দেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতৰ নৌ সেনাই কি অভিযান আৰম্ভ কৰিছিল?
উঃ সমুদ্ৰ সেতু।
৫.দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল Covid-19,এইবুলি কোনে কৈছিল?
উঃ তেদ্ৰস এধানম।
৬.প্ৰবাসী শ্ৰমিক সকলৰ বাবে কোন ৰাজ্যৰ চৰকাৰে চৰম পাদুকা নামৰ অভিযান আৰম্ভ কৰিছিল?
উঃ মধ্যপ্ৰদেশ।
৭.Covid ৰোগী সকলৰ স্থান জানিবলৈ ভাৰত চৰকাৰে মুকলি কৰা এপটোৰ নাম কি?
উঃ আৰোগ্য সেতু।
৮. ক'ভিডৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা প্ৰথম দেশ খনৰ নাম কি?
উঃ জাপান।
৯.ভাৰতৰ কোন ৰাজ্যত পোন প্ৰথমে কাৰফিউ দিয়া হৈছিল?
উঃ পাঞ্জাৱ।
১০.উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উঃ অৰুণাচল প্ৰদেশ।
সংগ্ৰাহকঃ লভিতা চহৰীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ