সাধাৰণ জ্ঞান-কুইজ

©Admin
0
🛑 ভাৰতৰ প্ৰথম ৱেটলেণ্ড সংৰক্ষণ কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে?
➖ চেন্নাই।
🛑 ভাৰতৰ প্ৰথম পৰীক্ষিত TIHAN কেন্দ্ৰ কোনে মুকলি কৰিছে?
➖ ৰমেশ পোখৰীয়াল নিশংক।
🛑 ভাৰতৰ প্ৰথম শ্ৰমিক আন্দোলন সংগ্ৰহালয় ক'ত স্থাপন কৰা হ'ব?
➖ কেৰালা।
🛑 ভাৰতৰ প্ৰথম ঈগলো কেফে ক'ত মুকলি কৰা হৈছে?
➖ জম্মু-কাশ্মীৰ।
🛑 ভাৰতৰ প্ৰথম চামৰা উদ্যান ক'ত মুকলি কৰা হৈছে?
➖ উত্তৰ প্ৰদেশ।
🛑 ভাৰতৰ প্ৰথম বৌদ্ধ থীম পাৰ্ক ক'ত মুকলি কৰা হৈছে?
➖ সাঁচী (মধ্যপ্ৰদেশ)।
🛑 জম্মু-কাশ্মীৰৰ চেনানী- নাশৰী সুৰংগক বৰ্তমান কি নামেৰে জনা যায়?
➖ শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ।
🛑 গুজৰাট স্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়ামক বৰ্তমান কি নামেৰে জনা যায়?
➖ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম।
🛑 পঞ্জাৱৰ "মোহানী আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম"ৰ বৰ্তমানৰ নাম কি?
➖ বলবীৰ সিং ছিনিয়ৰ হকী ষ্টেডিয়াম।
🛑 RPF (ৰেলৱে সুৰক্ষা বলয়)-ক বৰ্তমান কি হিচাপে নামাকৰণ কৰা হৈছে?
➖ RPFS (ভাৰতীয় ৰেলৱে সুৰক্ষা বলয় সেৱা)। 

📝সংগ্ৰাহক➖কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)