ইতিহাসৰ পাতত আজিৰ দিনটো-১০ আগষ্ট

⭕আজি ইকুৱেডৰৰ স্বাধীনতা দিৱস।

⭕১৮৯৩ চনৰ আজিৰ দিনটোতে ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিলে।

⭕১৯৭৭ চনৰ আজিৰ দিনটোতে আছফ হ’লৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল চনৰ এই দিনটোতে।

⭕১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।

⭕২০১০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ সম্পাদক অতুল বৰদলৈৰ মৃত্যু হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send