বন্ধুৰ জন্ম দিন উদযাপন কৰিবলৈ বুলি জিতুয়ে লৰা-লৰিকৈ বাইকৰ ষ্টাৰ্ট দিলে।ওচৰৰে বন্ধু অৰ্ণৱৰ লগত দুয়ো উপহাৰৰ দোকানৰ পৰা দুটা ফুলৰ থোপা লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলে।
নিয়তিৰ এনে পৰিহাস যে বন্ধুৰ ঘৰ পোৱাৰ অলপ আগত দুয়োৰে নিথৰ দেহৰ ওপৰত ফুলবোৰ সিঁচৰিত হৈ পৰি ৰ'ল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ