নিয়তি-অঞ্জনা শইকীয়া

      বন্ধুৰ জন্ম দিন উদযাপন কৰিবলৈ বুলি জিতুয়ে লৰা-লৰিকৈ বাইকৰ ষ্টাৰ্ট দিলে।ওচৰৰে বন্ধু অৰ্ণৱৰ লগত দুয়ো উপহাৰৰ দোকানৰ পৰা দুটা ফুলৰ থোপা লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলে।

         নিয়তিৰ এনে পৰিহাস যে বন্ধুৰ ঘৰ পোৱাৰ অলপ আগত দুয়োৰে নিথৰ দেহৰ ওপৰত ফুলবোৰ সিঁচৰিত হৈ পৰি ৰ'ল ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send