Homeকবিতা সাধুৰ বেশ-জয়া বড়ি August 27, 2021 0 নীলা আকাশৰ বুকুত প্ৰাণ পায়সংগ্ৰামী জীৱন বন্তি;জীৱন ছন্দৰ সুৰতে ধ্বনিত সফলতাৰ সুৱদি গীতৰ সুঁতি।মৌন পৃথিৱীৰ ধ্বজাবাহকসমীৰণ কঢ়িয়াই সহচৰ।কল্লোহিত মানৱে ধ্বংস কৰে শৃংখল পৰিৱেশনৈবদ্য লেনদেন মুদ্ৰাৰ পিঠিত উঠি পৰিভ্ৰমণ কৰে সাধুবেশ। Tags: কবিতা জয়া বড়ি