সাধুৰ বেশ-জয়া বড়ি

নীলা আকাশৰ বুকুত প্ৰাণ পায়
সংগ্ৰামী জীৱন বন্তি;
জীৱন ছন্দৰ সুৰতে ধ্বনিত 
সফলতাৰ সুৱদি গীতৰ সুঁতি।
মৌন পৃথিৱীৰ ধ্বজাবাহক
সমীৰণ কঢ়িয়াই সহচৰ।
কল্লোহিত মানৱে ধ্বংস কৰে 
শৃংখল পৰিৱেশ
নৈবদ্য লেনদেন মুদ্ৰাৰ পিঠিত উঠি পৰিভ্ৰমণ কৰে সাধুবেশ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send