সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১.১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল?
উঃ চাওলুং চুকাফা।
২.কেতিয়া অসমত প্ৰথম ৰে'ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উঃ ১৮৮২চনত।
৩.অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উঃ ১৮৪৭চনত।
৪.হাজোৰ হয়গ্ৰীৱ -মাধৱ মন্দিৰ হিন্দু আৰু কি ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান?
উঃ বৌদ্ধ।
৫.অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশুৰ জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসৱটোৰ নাম কি?
উঃ গাননি।

সংগ্ৰাহকঃ লভিতা চহৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)