দেওবাৰ- ১৫ আগষ্ট-আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
২৯ শাওণ, ৰবিবাৰ ,ইং ১৫ আগষ্ট,
 ২০২১। 
সূৰ্য্যোদয় ঘ:- ৫/১/১০ সূৰ্য্যাস্ত ঘ:-৫/৫৪/১৩

ৰাশি :- তুলা ৰাশি।ৰা:ঘ:- ১/১৬/৫৫যোৱাত বৃশ্চিক ৰাশি।
তিথি - শুক্লা সপ্তমী। ঘ:- ৯/৩৪/৫৭ লৈ
নক্ষত্ৰ : - স্বাতী । প্ৰা:ঘ:- ৬/২৯/১৭ লৈ।
শুভ সংখ্যা :- ৭/১
শুভ ৰং :-  ৰঙা, ধোৱাবৰণ।
আদ্যঋতু হলে - বেশ্যা যোগ।
যাত্ৰা :- বাযু কোনত নাই ।ঘ:- ৯/৩৪/৫৭ যোৱাত ঈশান কোনত  নাই।
 যোগিনী :- বাযু কোনত  ।ঘ:- ৯/৩৪/৫৭ যোৱাত ঈশান কোনত।
মৰণত দোষ:-  দ্বিপদ, প্ৰা:ঘ:- ৬/২৯/১৭ যোৱাত পূৰ্ণদোষ।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ। স:- ৯/৩৪/৫৭ যোৱাত নাৰিকল ,মাছ মাংস খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধানৰ সুযোগ লাভ কৰিব,  ঘৰত শান্তি বাঢ়িব, লগতে সম্পদ লাভ হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মৰ প্ৰতি সামান্য অৱহেলা আহিব পাৰে লগতে সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হব। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সাৱধান হব, কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত ক্ষেত্ৰত আপোনাৰ আজি শুভ হব, লগতে ভাতৃ ভগ্নীৰ প্ৰতি মৰম ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, কৰ্মত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত উন্নতি হব, লগতে আজি কৰ্মত আনৰ সহায় সহযোগ লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত  সন্মান বাঢ়িব, আপোনাৰ ঘৰলৈ  আত্মীয়ৰ আগমন হব পাৰে, যদিও আজি আপুনি সজাগ নহলে কৰ্ম ক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত ক্ষেত্ৰত সামান্য বাধা আহিব পাৰে, কৰ্মত সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন আগমন বাঢ়িব, যদিও  আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন ধান বাঢ়িব আজি আপোনাৰ, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্ম ক্ষেত্ৰত  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)