স্বপ্ন হৈ দুচকুত কিয় তুমি মোৰ প্ৰেয়সী ৰাণী হৈ পৰিছা।
কলংকৰে ভৰা মোৰ জীৱন সুৰত বৈ আছে তোমাৰ প্ৰেৰণাত উৎফুল্লিত হৈ পৰা মোৰ আনন্দ উল্লাস।
তোমাৰ প্ৰেৰণাত আৱেগিক হৈ পৰিছে কলংকৰে ভৰা মোৰ জীৱন সংগ্ৰাম।
তুমি চাগে এতিয়া কলংকৰে ভৰা মোৰ জীৱন বাটত উৎসাহ ৰাণী হৈ পৰিছা।
সেয়েহে এতিয়া অহৰহ বৈ আছে তোমাৰ স্মৃতি উল্লাস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ