নতুবা শৰৰ দৰে…
এবাৰ পাৰ হৈ গ'লে উভতি আহিব নোখোজা…
অতীতবোৰ যিমানেই খুচৰিবা,
সিমানেই শূলে বিন্ধাৰ অনুভৱ কৰিবা।
ভাললগাবোৰ উভতাই আনিব নোৱাৰোঁ
বেয়ালগাবোৰো ঠিক কৰিব নোৱাৰোঁ…
সেয়ে উভতি ব'বলৈ নিবিচাৰোঁ।
সময়ে শিকাই, তুমি কিমান অকলশৰীয়া…
নদীয়ে শিকাই, তুমি কিমান বেগী…
আৰু এপাত শৰে শিকাই, তুমি কিমান স্বাৰ্থপৰ।
শিপাগজা গোটেইবোৰ স্বাৰ্থপৰ…
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ